Assam GK Part- 1

 সাধাৰণ জ্ঞান (পাঠ-০১)

General Knowledge (Part-01)




1. প্ৰথম অসমীয়া ব্যাকৰণ কোনে ৰচনা কৰিছিল?

Who composed the first Assamese Grammar?

Answer:- উইলিয়াম ৰবিন্চন (William Robinson)।

2. সাহিত্য একাডেমি পুৰস্কাৰ  প্ৰাপ্ত প্ৰথম অসমীয়া পুথি

First Assamese book in which Sahitya Academy Prize awarded.

Answer:- বনফুল (Banphul)।

3. জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া লিখক জনৰ নাম কি?

Answer:- বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য (Birendra Kumar Bhattacharjya)।

4. প্ৰথম অসমীয়া শিশু উপন্যাস খনৰ নাম কি?

What is the name of first Assamese Child Novel?

Answer:- পাতাল পুৰী (Patal Puri)।

5. প্ৰথম অসমৰ বাৰ্ত্তালোচনীখনৰ নাম কি?

What is the name of first Assamese News Magazine?

Answer:- অৰুণোদয় (Arunodoi)।

6. প্ৰথম অসমৰ ইংৰাজী দৈনিক বাতৰি কাকত কি?

What is the first English daily mewspaper of Assam?

Answer:- দি আসাম ট্ৰিবিউন (The Assam Tribune)।

7. ৰাষ্ট্ৰীয় সন্মান অৰ্জন কৰা প্ৰথম অসমীয়া কথাছবি খনৰ নাম কি?

What is the name of first Assamese flim who secured National Award?

Answer:- পিয়লী ফুকন (Piyali Phukan)।

8. প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত কি?

What is the name of first daily Assamese newspaper?

Answer:- দৈনিক বাতৰি (Dainik Batori)।

9. "স্বৰ্ণ কমল" পুৰস্কাৰ প্ৰাপ্ত প্ৰথম অসমীয়া চলচিত্ৰ খনৰ নাম কি?

'Swarna Kamal' awarded first Assamese flim?

Answer:- হালধীয়া চৰায়ে বাওধান খায় (Haladhiya Charaye Baudhan Khai)।

10. অসমৰ সাৰ কাৰখানা থকা ঠাইখনৰ নাম কি?

Fertilizer Peoject of Assam is located in 

Answer:- নামৰূপ (Namrup)।

11. অসমৰ কাগজ কল ক'ত অৱস্হিত?

Paper Mill of Assam is situated in

Answer:- জাগীৰোড (Jagiroad)।

12. অসমৰ মৰাপাটৰ কল থকা ঠাইখনৰ নাম কি?

Where is the Jute mill of Assam is located?

Answer:- শিলঘাট (Shilghat)।

13. অসমৰ বিলাতী-মাটিৰ কাৰখানা ক'ত অৱস্হিত?

Cement factory of Assam is situated in

Answer:- বোকাজান (Bokajan)।

14. অসম আৰক্ষী ট্ৰেনিং মহাবিদ্যালয় ক'ত অৱস্হিত?

Assam Police Training College is situated at

Answer:- দেৰগাওঁ (Dergaon)।

15. অসমৰ চাহ গৱেষণা কেন্দ্ৰ থকা ঠাইখনৰ নাম কি?

The Tea-research centre of Assam is situated at

Answer:- যোৰহাট (Jorhat)।

16. অসমৰ চাহ নিলাম কেন্দ্ৰ থকা ঠাইখনৰ নাম কি?

The name of the place of the Assam Tea-Auction centre is

Answer:- গুৱাহাটী (Guwahati)।

17. অসমৰ চলচিত্ৰ ষ্টুডিঅ থকা ঠাইখনৰ নাম কি?

Where is the Flim Studio of Assam is situated?

Amswer:- গুৱাহাটী (Guwahati)।

18. উত্তৰপূৱ সীমান্ত ৰেলৱেৰ প্ৰধান কাৰ্য্যালয় ক'ত অৱস্হিত?

Head office of North-East Frontier Railway is

Answer:- মালিগাওঁ (Maligaon)

19. গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্হাপন কৰা হৈছিল?

Guwahati University is established on

Answer:- ১৯৪৮ চনত (1948)।

20. ভাৰতৰ প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি জনৰ নাম কি?

First Assamese President of India?

Answer:- ফকৰুদ্দিন আলি আহমেদ (Fakaruddin Ali Ahmed)।


Post a Comment

0 Comments